চোবাচোভা

চোবাই চালি (Assamese) [ Roman: so'.bai sa.li]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2023-07-02
1. Creepers(Common Noun-Neuter) A creeper plant, the bark of which is traditionally taken with betel nut in Assam. It is in the list of traditional medicine in Thailand and the powder prepared from the stem of the plant is used as a herbal medicine for rheumatic pain and muscular pain. এইবিধ লতাজাতীয় উদ্ভিদৰ ছাল তামোলৰ সৈতে চালিৰূপে খোৱা হয়৷ ই থাইলেণ্ডত ৰাষ্ট্ৰীয় পৰম্পৰাগত ঔষধৰ তালিকাভূক্ত৷ সেই দেশত পেশী আৰু বাতবিষৰ চিকিৎসাৰ বাবে এই লতাৰ কাণ্ডৰ গুড়ি এক বলৌষধিৰূপে ব্যৱহৃত হয়৷